Month: April 2023

কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই?

কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই?

কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই? প্ৰথমে মন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰূপে পৰিচয় দিছিল জয়ন্ত শইকীয়াই। পঞ্চায়ত সভাপতিক লগত লৈ কৰিশ্মাৰ ঘৰলৈ যোৱা পথৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিছিল। ৰাইজে কৰায়ত্ত কৰি মন্ত্ৰীৰ ভুৱা PAক গতাই দিলে আৰক্ষীক।

মই ভালকৈ অসমীয়া ক’ব নাজানোঃ নন্দিতা গাৰ্লোছা

মই ভালকৈ অসমীয়া ক’ব নাজানোঃ নন্দিতা গাৰ্লোছা

মই ভালকৈ অসমীয়া ক’ব নাজানোঃ নন্দিতা গাৰ্লোছা WATCH VIDEO মই ভালকৈ অসমীয়া ক’ব নাজানোঃ নন্দিতা গাৰ্লোছা মই ভালকৈ অসমীয়া ক’ব নাজানোঃ নন্দিতা গাৰ্লোছা Posted by Guwahati Times on Wednesday, 5 April 2023

গোৱালপাৰাত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত তিনিজনৰ মৃত্যু, দুজন আহত

গোৱালপাৰাত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত তিনিজনৰ মৃত্যু, দুজন আহত

গুৱাহাটীঃ অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত বুধবাৰে পুৱাৰ ভাগত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষ। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে তিনিজন লোক নিহত হয়, আৰু এগৰাকী শিশু আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা ট্ৰাকখনত পিছফালৰ পৰা গাড়ীখনে খুন্দা মৰাৰ ফলত গাড়ীখন ছিন্নভিন্ন

‘মোক সঞ্জীৱ সভাপণ্ডিতে বিছনাত বাগৰাই ধৰ্ষণৰ চেষ্টা কৰিছিল’, কোন লেখিকাই ছবি পৰিচালকগৰাকীৰ বিৰুদ্ধে তুলিলে এই অভিযোগ?

‘মোক সঞ্জীৱ সভাপণ্ডিতে বিছনাত বাগৰাই ধৰ্ষণৰ চেষ্টা কৰিছিল’, কোন লেখিকাই ছবি পৰিচালকগৰাকীৰ বিৰুদ্ধে তুলিলে এই অভিযোগ?

বিশিষ্ট ছবি পৰিচালক সভাপণ্ডিতৰ বিৰুদ্ধে উঠিছে যৌন আতিশায্যৰ অভিযোগ। এগৰাকী লেখিকাই পৰিচালকগৰাকীৰ বিৰুদ্ধে তুলিছে এই অভিযোগ। ইতিমধ্যে এই সন্দৰ্ভত মহিলাগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত পৰিচালকগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে। লেখিকাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, মহিলাগৰাকীৰ সৈতে হোৱাটচএপত বিভিন্ন অনুপ্ৰেৰণামূলক কথা-বাৰ্তা হৈছিল যদিও সোমবাৰে নিশা ৯.৩০ মান বজাত হঠাতে