Month: April 2023

ছিকিমৰ নাথুলা সীমান্ত অঞ্চলত ভয়ংকৰ হিমস্খলনত নিহত ৭ পৰ্যটক

ছিকিমৰ নাথুলা সীমান্ত অঞ্চলত ভয়ংকৰ হিমস্খলনত নিহত ৭ পৰ্যটক

মঙলবাৰে ছিকিমৰ নাথুলা অঞ্চলত হোৱা ভয়াৱহ হিমস্খলনত কমেও ৭ জন পৰ্যটক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। কেইবাজনো পৰ্যটক বৰফৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ভাৰতীয় সেনাই (Indian Army) কয় যে, “বিয়লি ৩ বজালৈকে ১৪ জন লোকক উদ্ধাৰ কৰি ওচৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে ৭

ক্ৰিকেটাৰৰ বেশত নগাঁও আৰক্ষী, উদ্ধাৰ কৰিলে পিষ্টল, আটক নাগালেণ্ডৰ দুই অপৰাধী

ক্ৰিকেটাৰৰ বেশত নগাঁও আৰক্ষী, উদ্ধাৰ কৰিলে পিষ্টল, আটক নাগালেণ্ডৰ দুই অপৰাধী

নগাঁৱৰ বৰঘাট বাইপাছত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় এটা ৭.৬৫ এম এম পিষ্টল আৰু ৫জাঁই সজীৱ গুলীসহ দুজন লোকক আটক কৰে। আটকাধীন লোককেইজনৰ নাম ইমটা গুমপা আৰু ইমনা। দুয়োৰে ঘৰ নাগালেণ্ডৰ মুকোচাঙত। ডিমাপুৰৰ পৰা চাপৰমুখলৈ ৰে’লেৰে আহি এখন ব্যক্তিগত বাহনত নগাঁৱৰ

১২ বাৰকৈ বিয়া পাতি ৰামচন্দ্ৰই হত্যা কৰিলে পত্নীক…

১২ বাৰকৈ বিয়া পাতি ৰামচন্দ্ৰই হত্যা কৰিলে পত্নীক…

এজনীৰ পাছত আনজনীক বিয়া পাতি অত্যাচাৰ আৰু পৰৱৰ্তী সময়ত এগৰাকী পত্নীক হত্যা কৰিলে এজন পাষাণে। এই ঘটনা ঝাৰখণ্ডৰ গিৰিদিহ জিলা। জানিব পৰা মতে ৰামচন্দ্ৰ তুৰী নামৰ লোকজনে ১২ বাৰকৈ বিয়া পাতিছিল। তেওঁয়েই হত্যা কৰে ১২ নম্বৰ পত্নী গৰাকীক। আন ১১ গৰাকী পত্নীকো তেওঁ অত্যাচাৰ কৰিছিল। ৰামচন্দ্ৰই দেওবাৰে পত্নী সাৱেত্ৰী দেৱী(৪০)।

সুৰাৰ বটলত গামোচাৰ চিত্ৰ কিমান সঁচা?

সুৰাৰ বটলত গামোচাৰ চিত্ৰ কিমান সঁচা?

অসমীয়া সমাজৰ গৌৰৱ, স্বাভিমান আৰু আৱেগ গামোছা । বৰজনাক সশ্ৰদ্ধাৰে আগবঢ়োৱা হয় গামোছা, প্ৰিয়জনৰ বাবে অন্তৰৰ সকলো আৱেগেৰে বোৱা হয় একোখন গামোছা । সেই গামোছা সন্দৰ্ভতেই ৰাজ্যত বিগত কেইটামান দিন ধৰি দেখা গৈছিল বহু বিতৰ্ক । বঙালী সাহিত্য সভাই গামোছাৰ সন্মান হানি কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত বহু লোকে

ৰোলবল বিশ্বকাপৰ বাবে ভাৰতীয় দলত নির্বাচিত অসম কন্যা আলিছা ফাৰহান

ৰোলবল বিশ্বকাপৰ বাবে ভাৰতীয় দলত নির্বাচিত অসম কন্যা আলিছা ফাৰহান

এটা ভাল খবৰ। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৰহাটৰ আলিছা ফাৰহানে। ২৬ এপ্ৰিলৰ পৰা পুনেত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত তালিকাভুক্ত হৈছে অসমৰ আন এগৰাকী খেলুৱৈ অনুৰাগ বাছফৰো।