মঙলবাৰে ছিকিমৰ নাথুলা অঞ্চলত হোৱা ভয়াৱহ হিমস্খলনত কমেও ৭ জন পৰ্যটক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। কেইবাজনো পৰ্যটক বৰফৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ভাৰতীয় সেনাই
Month: April 2023
নগাঁৱৰ বৰঘাট বাইপাছত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় এটা ৭.৬৫ এম এম পিষ্টল আৰু ৫জাঁই সজীৱ গুলীসহ দুজন লোকক আটক কৰে।
এজনীৰ পাছত আনজনীক বিয়া পাতি অত্যাচাৰ আৰু পৰৱৰ্তী সময়ত এগৰাকী পত্নীক হত্যা কৰিলে এজন পাষাণে। এই ঘটনা ঝাৰখণ্ডৰ গিৰিদিহ জিলা। জানিব পৰা মতে ৰামচন্দ্ৰ তুৰী নামৰ লোকজনে ১২ বাৰকৈ বিয়া
অসমীয়া সমাজৰ গৌৰৱ, স্বাভিমান আৰু আৱেগ গামোছা । বৰজনাক সশ্ৰদ্ধাৰে আগবঢ়োৱা হয় গামোছা, প্ৰিয়জনৰ বাবে অন্তৰৰ সকলো আৱেগেৰে বোৱা হয় একোখন গামোছা । সেই গামোছা সন্দৰ্ভতেই ৰাজ্যত বিগত কেইটামান দিন
এটা ভাল খবৰ। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৰহাটৰ আলিছা ফাৰহানে। ২৬ এপ্ৰিলৰ পৰা পুনেত হ’বলগীয়া এই