দেশৰ বিভিন্ন প্ৰান্তত কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে। বিভিন্ন নেতা-আমোলাৰ ঘৰত ইডিৰ বাৰম্বাৰ অভিযান। ইমান টকা দেখি সাধাৰণ মানুহ স্তম্ভিত হৈ পৰিছে। এই টকাৰ উৎস কি! ক’ৰ পৰা আহিছে টকা? প্ৰায় সকলোৱে জানিবলৈ কৌতুহলী। ইয়াৰ মাজতে ঘৰত কিমান টকা ৰাখিব পাৰিব আপুনি জানেনে? কিমান নগদ ধন ঘৰত ৰখিলে কোনো
Month: April 2023
ৰামভক্ত হনুমান জয়ন্তী (Hanuman Jayanti 2023) প্ৰতি বছৰে চ’ত মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। দেশৰ কিছু প্ৰান্তত আন আন দিনতো উদযাপন কৰা হয়। উত্তৰ ভাৰতত চৈত্ৰ পূৰ্ণিমাত হনুমান জয়ন্তী উদযাপন কৰা হয়। পুৰাণ মতে বীৰ হনুমান হৈছে ৰুদ্ৰৱতাৰ। মঙলবাৰে চৈত্ৰ পূৰ্ণিমাত জন্মগ্ৰহণ কৰা হনুমান ভগৱান ৰাম সেৱাৰ
চিকিৎসকসকলে সদায় বগা কাপোৰ পিন্ধে। চিকিৎসালয়খন পৰিষ্কাৰ ৰাখিব লাগে, যাতে লোকসকলক এই কথা বুজাব পাৰি তাৰ বাবে চিকিৎসকৰ কাপোৰ, চিকিৎসালয়ৰ বিচনা চাদৰ, পৰ্দাকে ধৰি সকলো ঠাইতে বগা ৰং দেখা যায়। চিকিৎসক বা নাৰ্চে বগা কাপোৰ পিন্ধে যাতে ৰোগী বা আন লোকে সেইবোৰ সহজে চিনাক্ত কৰিব পাৰে। বগাক শান্তি, বিশুদ্ধতা আৰু
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অগ্নিকাণ্ড। পুৰণি ভৱনৰ প্ৰথম মহলাত বিধ্বংসী জুইত বহু সামগ্ৰী ভস্মীভূত। অগ্নিকাণ্ডক লৈ ৰোগী-আত্মীয়, চিকিত্সক-স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ। This is a breaking news story more details will be added soon.
হিন্দু ধৰ্মত প্ৰতিটো দিনৰ কিছু তাৎপৰ্য্য আছে। লগতে সপ্তাহৰ প্ৰতিটো দিন নিশ্চিতভাৱে কোনোবা দেৱতা বা দেৱীৰ বাবে উৎসৰ্গিত কৰা হয়। একেদৰে বুধবাৰে ভগৱান গণেশক পূজা কৰাৰো এক নিয়ম আছে। হিন্দু ধৰ্মত গণেশক বাধা বিনাশকাৰী আৰু উপকাৰী বুলি গণ্য কৰা হয়। বুধবাৰে যদি কোনো ব্যক্তিয়ে পূৰ্ণ আস্থা আৰু ভক্তিৰে ভগৱান গণেশক