Month: April 2023

নেমু এটাৰো বহুতো গুণ আছে ! সলনি কৰি দিব পাৰে আপোনাৰ স্বাস্থ্য, সৌন্দৰ্য …

নেমু এটাৰো বহুতো গুণ আছে ! সলনি কৰি দিব পাৰে আপোনাৰ স্বাস্থ্য, সৌন্দৰ্য …

নেমু আপোনাৰ বহুতো ৰোগৰ একমাত্ৰ, সৰল সকাহ হ’ব পাৰে। প্ৰতিদিনে জীৱনত নেমু খোৱাৰ অভ্যাস থাকিলে আপোনাৰ শৰীৰৰ লগতে আপোনাৰ সৌন্দৰ্যও উন্নত হ’ব। এনে বহুতো দিশ আছে। নেমুৱে আপোনাৰ শৰীৰৰ ভাগৰ উপশম কৰাত সহায় কৰে। দীঘলীয়া সময়ৰ বাবে ভাগৰ উপশম কৰিবলৈ নেমু ব্যৱহাৰ কৰা হয়। যিসকলে মুখত গোন্ধ পায় তেওঁলোকৰ বাবে

বিহুলৈ কেইটামান দিন, বালা-মুগকুচিত প্ৰতিটো পৰিয়াল ব্যস্ত জাপি নিৰ্মাণত

বিহুলৈ কেইটামান দিন, বালা-মুগকুচিত প্ৰতিটো পৰিয়াল ব্যস্ত জাপি নিৰ্মাণত

হেঁপাহৰ ৰঙালী বিহুটি আহিলেই সমাদৰ বৃদ্ধি পাই ফুলাম জাপিৰ । অসমীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাহক এই ফুলাম জাপি তৈয়াৰত এতিয়া ব্যস্ত নলবাৰীৰ বালা-মুগকুচি গাঁওৰ জাপি শিল্পীসকল । দৈনিক তেওঁলোকে সাজি উলিয়াই আছে হাজাৰ হাজাৰ ফুলাম জাপিৰ লগতে হালোৱা জাপি । এই জাপিৰ চাহিদা অসমৰ লগতে দিল্লী,কলকাতা,মুম্বাই আদিতো বৃদ্ধি পাইছে । উল্লেখযোগ্য

কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ ছয় বিধায়কে…

কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ ছয় বিধায়কে…

“অহা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ আগে আগে পৰ্যায়ক্ৰমে বিজেপিৰ ৬ গৰাকী বিধায়কে যোগ দিব কংগ্ৰেছ দলত”। কংগ্ৰেছ দলৰ সাংগঠনিক কামত গহপুৰলৈ যোৱা তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰ.পি শৰ্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি কয় যে, বিজেপি দলতও কংগ্ৰেছৰ এজেণ্ট আছে। সেইবাবে

দিল্লীৰ জুপৰীত মানুহ থাকিব নোৱাৰে, নৰকত বাস কৰে দিল্লীৰ আবাসীসকলে

দিল্লীৰ জুপৰীত মানুহ থাকিব নোৱাৰে, নৰকত বাস কৰে দিল্লীৰ আবাসীসকলে

অসমৰ মাটিত ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান দি গ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)৷ ৰাজ্যৰ শিক্ষা, স্বাস্থ্যৰ পৰা কয়লা, চুপাৰীৰ ছিণ্ডিকেটক লৈ এটাৰ পাছত আনটো অভিযোগ অৰবিন্দ কেজৰিৱালৰ৷ পিছে, কেজৰিৱালৰ এই মন্তব্যৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)৷ হিমন্ত বিশ্ব শৰ্মাই কয়,