Month: April 2023

প্ৰশ্নকাকত চম্ভালিব নোৱাৰে, চৰকাৰ কেনেদৰে চলাব: কেজৰিৱাল

প্ৰশ্নকাকত চম্ভালিব নোৱাৰে, চৰকাৰ কেনেদৰে চলাব: কেজৰিৱাল

দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে। সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে। তেওঁ কয় যে ভগৱানে অসমক সকলো দিছে। একো ত্ৰুুটি কৰা নাই কিন্তু বিজেপি, কংগ্ৰেছ, অগপই মিলি সকলো

অশিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপদজনকঃ কেজৰিৱাল

অশিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপদজনকঃ কেজৰিৱাল

দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে। সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কটাক্ষ কৰে। তেওঁ কয় যে, আমাৰ দেশ মহান হয়। ভাৰতৰ দৰে দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে। একবিংশ শতিকাৰ যুৱ সমাজে বিজ্ঞান-প্ৰযুক্তিত

জীৱনত সফল হবলৈ ভগৱান শ্ৰী ৰামৰ জীৱনৰ ব্যৱহাৰিক নীতিসমূহ জানি লওক

জীৱনত সফল হবলৈ ভগৱান শ্ৰী ৰামৰ জীৱনৰ ব্যৱহাৰিক নীতিসমূহ জানি লওক

ভগৱান শ্ৰী ৰামৰ জীৱনৰ পৰা বহু কথাই শিকিবলৈ পোৱা যায়।বিশেষকৈ প্ৰভূ শ্ৰী ৰামৰ দ্বাৰা-ব্যৱহাৰিক নীতিসমূহ। এয়াই কাৰণ আছিল যে-কঠিন পৰিস্থিতিটো তেওঁ সফল আছিল। ( Religious Studies ) ভগৱান শ্ৰী ৰামৰ এই গুণসমূহ শিকিব লাগে। ১)সকলোৰে লগত হাঁহি মুখত লৈ লগ কৰা। ২/সকলোৰে নামটো মনত ৰখা,আৰু তেওঁলোকক সেই নামেৰে সম্বোধন কৰা।

ডায়েবেটিছৰ ঘৰুৱা প্ৰতিকাৰ‌…

ডায়েবেটিছৰ ঘৰুৱা প্ৰতিকাৰ‌…

ডায়েবেটিছ ৰোগীৰ শৰীৰৰ তেজত শৰ্কৰাৰ মাত্ৰা আৰু ইনচুলিন ভাৰসাম্যহীন হৈ পৰে।একে সময়তে শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।এনে অৱস্থাত এজন ব্যক্তিয়ে নিজৰ খাদ্যভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। ( Assamese Health Tips ) *ডায়েবেটিছৰ ক্ষেত্ৰত সেইবোৰ বস্তু প্ৰায়ে খাদ্যত অন্তৰ্ভূক্ত কৰা হয়-যিবোৰে তেজৰ শৰ্কৰাৰ মাত্ৰা হ্ৰাস