ভগৱান শিৱৰ প্ৰমুখ গনৰ মাজত-এজন হয় নন্দী। কৈলাশৰ দোৱাৰপালো হয় নন্দী।নন্দীৰ আন এটা ৰূপ মহিষ। বলধ বুলিও কোৱা হয় মহিষক।শিৱ মন্দিৰৰ শিৱ লিংগৰ কিছু আঁতৰত নন্দী মহাৰাজ বিৰাজমান থাকে। ( Religious Studies ) *মহাদেৱৰ লগতে নন্দী মহাৰাজৰো পূজা অৰ্চনা প্ৰয়োজনীয়- *বহুলোকে শিৱ মন্দিৰলৈ গৈ-শিৱলিংগৰ পূজা কৰি গুচি যায়।কিন্তু শিৱৰ লগতে-নন্দী
Month: April 2023
জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফল কয়। ২ এপ্ৰিল দেওবাৰৰ ৰাশিফল কেইবাটাও কাৰকক মানক হিচাপে লৈ ভৱিষ্যদ্বাণী কৰা হৈছে। জ্যোতিষৰ মতে আজি কাৰ বাবে কেনেকুৱা হৈছে জানি লওক। মেষঃ আপোনাৰ সামগ্ৰিক শক্তিৰ লক্ষণীয় উন্নতি হৈছে। এলাহ কম আৰু কাম বেছি দেখুৱায়। আপোনাৰ পৰা কিছুমান আচৰিত কাম আশা কৰক। সাৱধান
আজি গুৱাহাটীত আপৰ বিশাল জনসভা অনুষ্ঠিত হ’ব। এই বিশাল জনসভালৈ মাজত মাথোন কেইটামান ঘন্টাহে বাকী। এই সভালৈ দলটোৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আহিব। তেখেতৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো অসমলৈ আহিব। এতিয়া দুয়োগৰাকী নেতাৰ আগমনক লৈ ব্যাপক তৎপৰতা আপ, অসমৰ। ইতিমধ্যে ভৰলুমুখৰ সোণাৰাম খেলপথাৰত এক বিশাল
কাজিৰঙালৈ এই বহু প্ৰকৃতিপ্ৰেমীয়ে ফুৰিব যায় । এই সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে । বৰ্তমানৰ সময়তো কাজিৰঙালৈ প্ৰতিদিনে শ শ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় । ফুৰিবলৈ আহি বহু পৰ্যটকে হাতী চাফাৰি জীপ চাফাৰি সহায়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দ্যৰ্যৰ লগতে জীৱ-জন্তু দৰ্শন কৰে । শেহতীয়া
গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানিৰ ১নং কেকুৰী গাঁৱত এটা নাহৰফুটুকী বাঘক হানিখুচি হত্যা কৰে স্থানীয় লোকে। তদুপৰি বাঘটোৰ বিভিন্ন অংগ কাটি নি মাংস ভক্ষণ কৰে। আৰু এই অপৰাধত বন বিভাগে অঞ্চলটোৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে, এই সংক্ৰান্তত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ঘটনানুসৰি শুকুৰবাৰে টেঙানীৰ ১