Month: April 2023

আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

দেওবাৰে অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । গুৱাহাটিস্থিত সোণাৰাম খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ । দুই মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে আপ অসমৰ নেতৃবিন্দ । লগতে অংশগ্ৰহণ কৰিবলগীয়া জনসভাৰ পেণ্ডেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আপে । সভাত আগন্তক পঞ্চায়ত

ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন আজিৰ পৰা কাৰ্যকৰী নহয় ৷

ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন আজিৰ পৰা কাৰ্যকৰী নহয় ৷

মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’ আজিৰে পৰা বন্ধ হৈছে ৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে আঁচনিখন প্ৰৱৰ্তন কৰিছিল ৷ এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ ক্ৰয় কৰিবলৈ ৪০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল। মাত্ৰ কেইটামান বৰ্ছৰ ভিতৰতে বন্ধ হ’ল এই আঁচনিখন। ২০২০ চনৰ ২৪ ছেপ্টেম্বৰ