নগাঁৱত চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সম্পাদক গীৰ্তাথ গোস্বামী। নগাৱঁৰ নুৰুল আমিন খেলপথাৰত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী সভাখন আজি অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে কলিয়াবৰ হকি টীমে,দ্বিতীয় স্থান দখল কৰে গুৱাহাটী আৰু তৃতীয় স্থান
Month: April 2023
ৰুটি মানুহৰ খাদ্যাভ্যাসৰ এক অংশ। উত্তৰ ভাৰতত ৰুটি অবিহনে মানুহৰ পেট নভৰে। কিছুমান অঞ্চলত ৰুটিক চাপতি বুলিও কোৱা হয়। আনহাতে, ইয়াক ইংৰাজী ৰুটি বুলি কোৱা হয়। ৰুটি বনোৱা এটা সাধাৰণ প্ৰক্ৰিয়া। আটাখিনি পানীৰ সৈতে মিহলি কৰি ৰখা হয়। পিছত গ্ৰীডলত আৰু তাৰ পিছত পোনে পোনে জুইৰ শিখাত বেক কৰাৰ পিছত
এটা কাৰ্যালয়ত চকী এখনক লৈ হোৱা কাজিয়াই হ’ল কাল। গুৰুগ্ৰামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীক এখন চকীৰ বাবেই তেওঁৰ সহকৰ্মীয়ে গুলীয়াই গুৰুতৰভাৱে আঘাত কৰে। ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫-৫৪-৫৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত লোকজন হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা অমন জাংৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ
কাপোৰত দাগ পৰা অতি সাধাৰণ। শাক-পাচলি, তামোল- পান, কফি, চাহৰ দাগ আদিবোৰ অন্যতম। কিন্তু শাক-পাচলিৰ দাগ কাপোৰত বেছি। এবাৰ শাক-পাচলিৰ দাগ লগালে, তাৰ পিছত হালধীয়া দাগটো সেই ঠাইত বহু দিন থাকে। আজি আমি কাপোৰৰ পৰা এনে ডাঠ দাগ আঁতৰাবলৈ কিছুমান ঘৰুৱা উপায় কবলৈ ওলাইছো। যিটো চেষ্টা কৰিলে আপুনি এই দাগবোৰৰ