Month: April 2023

নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

আলফা (স্বা)ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত ম্যানমাৰ শিবিৰৰ পৰা আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰিছিল পলাশ মৰানে। পলায়ন কৰা পলাশ মৰাণ নামৰ আলফা সদস্যজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷ আছাম ৰাইফলছ আৰু স্থানীয় লোকৰ সহায়ত ইণ্ডো-ম্যানমাৰ সীমান্তৰ আপাৰ চিংঘা নামৰ এখন বস্তিত আলফা সদস্যজনক পৰিয়ালৰ লোকে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে

প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ লৈ অসন্তুষ্ট প্ৰাক্তন এনডিএফবি ৰ চাৰিওটা গোট

প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ লৈ অসন্তুষ্ট প্ৰাক্তন এনডিএফবি ৰ চাৰিওটা গোট

চিৰাং জিলাৰ লাহোটিত সোমবাৰৰ দিনা এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন এনডিএফবিৰ চাৰিওটা ফৈদৰ হৈ প্ৰাক্তন এনডিএফবি নেতা শান্তুৰাম ৰাভা ওৰফে দুদুমাৰিয়ে চৰকাৰক উদ্দেশ্যি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে । এক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই কেৱল শান্তিৰ হকে মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন এনডিএফবিৰ পুনঃসস্থাপনৰ ব্যবস্থা আৰু শান্তিচুক্তি ৰূপায়নক লৈ বিটিচি

ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ বাস্তু শাস্ত্ৰৰ এই পৰামৰ্শ মানি চলক

ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ বাস্তু শাস্ত্ৰৰ এই পৰামৰ্শ মানি চলক

কাৰ্যালয় বা দোকানৰ সন্মুখত কিছুমান আলংকাৰিক সামগ্ৰী ৰখাটোও বাস্তু দোষৰ ভিতৰত পৰে। ( Religious Studies ) বাস্তুৰ মতে ব্যৱসায়ক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু সফল কৰি তুলিবলৈ পাঁচটা তত্বৰ সন্তুলন হোৱাটো আৱশ্যক । যিকোনো ব্যৱসায়ৰ সফলতাৰ ক্ষেত্ৰত, পৃথিৱী, আকাশ, বায়ু, পানী, জুইৰ সন্তুলন হোৱাটো প্ৰয়োজনীয়। এই পাঁচটা উপাদানে যিকোনো ব্যৱসায় সফল

বাস্তুৰ মতে ডাইনিং হল কেনেকুৱা হব লাগে জানোঁ আহক

বাস্তুৰ মতে ডাইনিং হল কেনেকুৱা হব লাগে জানোঁ আহক

বাস্তু শাস্ত্ৰত দিশৰ বিশেষ মহত্ব আছে । ঠিক যেনেদৰে পাকঘৰ, শুৱা কোঠালী , স্নানাগাৰ, পূজা-ঘৰৰ দিশ বাস্তৰ মতে ৰাখিলে শুভ মনা হয়। ( Assamese Fact ) একেদৰে, সঠিক দিশত ডাইনিং হল বা ডাইনিং টেবুল থকাটো অতি গুৰুত্বপূৰ্ণ। খাদ্যই কেৱল ভোক নিবাৰণ নকৰে, লগতে সুখ আৰু সন্তুষ্টিও দিয়ে। সঠিক দিশত বহি

ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ জ্যোতিষৰ এই পৰামৰ্শ মানি চলক

ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ জ্যোতিষৰ এই পৰামৰ্শ মানি চলক

যিহেতু ঋণ লব পৰা সুবিধা অহাৰ পিছৰ পৰা আজিকালি প্ৰতিজন ব্যক্তিৰ মূৰত ঋণ আছে। সকলোৱে কেৱল ঋণ পৰিশোধ কেনেদৰে কৰিব সেই চিন্তাতেই থাকে ‌( Religious Studies ) মানুহে কেৱল ঘৰ, গাড়ী, শিক্ষা আৰু বিয়াতেই নহয় ঘৰত সজোৱা সামগ্ৰীৰ পৰা মোবাইল ফোনলৈকে ঋণ লৈ বস্তুবোৰ ক্ৰয় কৰিছে । প্ৰতি মাহে আপোনাৰ