Month: April 2023

শিৱলিঙ্গত কি বা কেনেধৰণৰ বস্তু অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয়

শিৱলিঙ্গত কি বা কেনেধৰণৰ বস্তু অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয়

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক’বলৈ উলাইছোঁ ভগৱান শিৱৰ পূজাৰ কৰোঁতে কি কি ৫টা ভুল কৰিব নালাগে আৰু কি সেইটো বিশেষ বস্তু যিটো আপোনালোকে শিৱলিঙ্গত অৰ্পণ কৰিলে আপোনাৰ বা আপোনালোকৰ মনোকামনা সোনকালেই পূৰ্ণ হয়। (Religious Studies) শিৱলিঙ্গত গাখীৰ,বেলপাত আৰু ফুল অৰ্পণ কৰিব লাগে বুলি সকলোৱে জানে। কিন্তু আমি যদিটো বিশেষ

মা লক্ষ্মীক আকৰ্ষিত কৰিবলৈ কৰক এই উপায়

মা লক্ষ্মীক আকৰ্ষিত কৰিবলৈ কৰক এই উপায়

শাস্ত্ৰসমূহে ধনৰ লকাৰৰ সৈতে সম্পৰ্কিত কিছুমান ব্যৱস্থাৰ পৰামৰ্শ দিয়ে। যিবোৰ কৰিলে ঘৰ ধনেৰে উপচি পৰে । লগতে লকাৰ কেতিয়াও খালী নহয়। ( Religious Studies ) প্ৰতিটো ঘৰতে ধন ৰাখিবলৈ এটা সুৰক্ষিত ঠাই বা লকাৰ আছে। ধনৰ উপৰিও, মূল্যৱান সামগ্ৰীবোৰো এই ঠাইত ৰখা হয়। কোৱা হয় যে লকাৰটো কেতিয়াও খালী ৰাখিব

ইচ্ছাধাৰী নাগ-নাগিন থাকে নে নাথাকে জানি লওঁক…

ইচ্ছাধাৰী নাগ-নাগিন থাকে নে নাথাকে জানি লওঁক…

প্ৰিয় পাঠকসকল পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায়।তাত সকলোতকৈ ৰহস্যময় হ’ল সাপ। (Assamese Fact ) প্ৰাচীন কালৰ পৰাই সাপক পূজা কৰা দেখা যায় বা কৰি আহিছে। বিশেষকৈ ইচ্ছাধাৰী সাপ।যিয়ে যিকোনো ৰূপ ল’ব পাৰে আৰু নিজৰ শক্তিৰে কাৰোবাক মাৰিবও পাৰে। প্ৰাচীন কালত এদিন নাগ আৰু নাগিনে লগ কৰি আছিল অৰ্থাৎ একেলগে

প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি…

প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি…

সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেৰালালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৰাজ্যখনৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীক আত্মঘাতী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে কোনো অজ্ঞাত লোকে । ১৭ এপ্ৰিলত এই হত্যাৰ ভাবুকি ভৰা পত্ৰ লাভ কৰিছে কেৰলা ৰাজ্যিক বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে । পত্ৰখন

চাবুৱাত ধুমুহা, শিলাবৃষ্টিঃ বিস্তৰ ক্ষতিসাধন…

চাবুৱাত ধুমুহা, শিলাবৃষ্টিঃ বিস্তৰ ক্ষতিসাধন…

ৰাজ্যত বিগত দুটা দিনত ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সমান্তৰালভাবে উজনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা, শিলাবৃষ্টিৰ পৰিলক্ষিত হৈছে । শনিবাৰে নিশা কেইবাখনো ঠাইৰ লগতে চাবুৱাতো বিধ্বংসী ধুমুহা, শিলাবৃষ্টি হয় । বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধনৰ খবৰ আহিছে । শেহতীয়া খবৰ অনুসৰি অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ লগতে হোটেল ধাবা আদি ধুমুহাই