Month: April 2023

হিন্দু আৰু মুছলমান উভয়ে আৰাধনা কৰা বিশেষ মন্দিৰটো

হিন্দু আৰু মুছলমান উভয়ে আৰাধনা কৰা বিশেষ মন্দিৰটো

যদিও ভাৰতত দেৱ-দেৱীৰ বহুতো মন্দিৰ আছে, উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এটা মন্দিৰ অৱস্থিত য’ত হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোকসকলে আৰাধনা কৰিবলৈ আহে। এই মন্দিৰটোক নৌচান্দি দেৱীৰ মন্দিৰ বুলি জনা যায়। এই ঠাইখনৰ ইতিহাস বহুত পুৰণি। নৌচান্দি দেৱীৰ মন্দিৰক ভাৰতত একতাৰ উদাহৰণ হিচাপে বিবেচনা কৰা হয়। নৌচান্দি দেৱীৰ মন্দিৰ বহু

আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ। এই পৱিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। ১ মাহ ধৰি ৰোজা ৰখাৰ পাছত আজি সকলোৱে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ

অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিৰ চুক্তি সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিৰ চুক্তি সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

প্ৰেছ বিবৃতি অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিৰ চুক্তি সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল বুজাবুজিৰ চুক্তিৰে অসমকহে বেদখলকাৰী সজালে নেকি বিজেপি চৰকাৰে: দিলীপ কুমাৰ শৰ্মা ‘লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা ল’বলৈ অসমবাসীক আভুৱা ভাৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই’ ‘আন ৰাজ্যক ভূমি এৰি দি কৰা অৰ্থহীন বিবাদ মীমাংসা আমাক নালাগে’ ‘চুবুৰীয়া ৰাজ্যৰ দ্বাৰা