অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি বি ভি শ্ৰীনিবাসৰ বিৰুদ্ধে বৈষম্য আৰু হাৰাশাস্তিৰ ইটোৰ পিছত সিটো অভিযোগ আনিছে। দত্তই টুইটাৰত এই অভিযোগ উত্থাপন কৰাৰ লগতে INDIAN YOUTH CONGRESSৰ সভাপতিৰ বিৰুদ্ধে
Month: April 2023
নলবাৰীৰ হেলচাত প্ৰতিকুল বতৰে বিধি–পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত৷ তেজপুৰৰ থেচপিয়ানে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আহিল প্ৰচণ্ড ধুমুহা–বৰষুণ। ধুমুহাই উৰুৱাই নিলে মঞ্চ। মুহূৰ্তৰ ভিতৰতে ধুমুহাই তচনচ কৰিলে বিহুৰ অনুষ্ঠান। হাহাকাৰ লাগে উপস্থিত দৰ্শকৰ মাজত। আনন্দমনে অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে হঠাৎ অহা ধুমুহা বৰষুণে ম্লান
যোৱানিশা ধুমুহাৰ বাবে বৰমাত কণ্ঠশিল্পী দীপলিনা ডেকাৰ (Deeplina Deka) সংগীতানুষ্ঠান বাতিল কৰিবলগীয়া হয়। নিশা প্ৰচণ্ড ধুমুহাই কোবাই গ’ল নলবাৰী লগতে বাক্সাৰ বৃহত্তৰ অঞ্চল। নলবাৰী–বাক্সা সীমান্তৱৰ্তী বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হৈ
নিৰ্বাচনত প্ৰতিদ্বিন্দিতাৰ বাবে দাখিল কৰা নমিনেছনত দেশৰ প্ৰতিগৰাকী প্ৰাৰ্থী তথা ৰাজনৈতিক নেতাৰ শৈক্ষিগত অৰ্হতা কিমান এই তথ্য উল্লেখ কৰিব লাগে ৷ যিহেতু ৰাজনৈতিক নেতাসকলৰ শৈক্ষিক অৰ্হতাকলৈ ৰাইজৰ মাজতে শাসক বিৰোধী সকলোৰে মাজত প্ৰায়ে চৰ্চা হোৱা পৰিলক্ষিত হয়৷ শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক অৰ্হতাকলৈ প্ৰশ্ন উত্থাপন কৰিছিল
চৰকাৰী গাওঁবুঢ়াই সংঘটিত কৰিলে দুৰ্নীতি। জীৱিত ২ ব্যক্তিক মৃত সজাই প্ৰমাণ পত্ৰ দিলে চৰকাৰী লাটগাওঁবুঢ়াই। এই ঘটনা সংঘটিত হৈছে গহপুৰত। ঘটনাৰ বিৱৰণী অনুসৰি গহপুৰ মহকুমাৰ, গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাইগাঁৱত দুই ভাতৃ বিজয় চন্দ্ৰ বৰা আৰু লক্ষি কান্ত বৰাৰ নামত থকা মাটিৰ ২ কঠা ৬ লোচা মাটি ইন্দ্ৰধনু গেছ গ্ৰীড