Month: April 2023

তিল হঠাতে শৰীৰত কিয় সৃষ্টি হয়, তিলৰ ইংৰাজী কি ? শুনিলে আপোনাৰ মূৰ ঘূৰাব …

তিল হঠাতে শৰীৰত কিয় সৃষ্টি হয়, তিলৰ ইংৰাজী কি ? শুনিলে আপোনাৰ মূৰ ঘূৰাব …

জ্যোতিষশাস্ত্ৰ অনুসৰি, তিলৰ বিষয়ে বহুতো অজ্ঞাত কথা আছে, কিন্তু শৰীৰত তিল কিয় থাকে ? তিলটো শৰীৰত কিমান দিন থাকিব পাৰে, তিলক ইংৰাজীত কি বুলি কোৱা হয় … বিশেষজ্ঞসকলে কয় যে ছালৰ ৰং ছালৰ বিশেষ কোষবোৰত মেলানোচাইটৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে আৰু মেলানোচাইটবোৰ গোট হিচাপে গঠন বা জমা হয়, ঠাইখিনি তিল

পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্পৰ জোকাৰণি। বিয়লি ৪.৫৩ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। ভূঁইকঁপৰ অভিকেন্দ্ৰ কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত। তথ্য অনুসৰি, ভূঁইকঁপৰ জোকাৰণি ভাৰতবৰ্ষ, বাংলাদেশ আৰু ভূটানতো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

জ্যোতিষশাস্ত্র অনুসৰি মা লক্ষ্মীক সন্তোষ কৰিবলৈ এই ৪ টা ব্যৱস্থা গ্ৰহণ কৰা উচিত…

জ্যোতিষশাস্ত্র অনুসৰি মা লক্ষ্মীক সন্তোষ কৰিবলৈ এই ৪ টা ব্যৱস্থা গ্ৰহণ কৰা উচিত…

দেৱী লক্ষ্মীক সন্তষ্ট কৰিবলৈ পুৱাই উঠি কৰক এই চাৰিটা কাম। তেতিয়া সদায় থাকিব আপোনাৰ ওপৰত লক্ষ্মী মাৰ কৃপা দৃষ্টি। ( Religious Studies ) জ্যোতিষশাস্ত্রই কিছুমান ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে, যিবোৰ দিন আৰু সময় অনুসৰি পালন কৰিলে সুফল পোৱা যায়। কিছুমান পদক্ষেপ, সেইবোৰ সন্ধিয়া, নিশা বা ৰাতিপুৱা লোৱাৰ প্ৰভাৱ পেলায়।

কম বয়সতে চুলি পকা প্ৰতিৰোধ কৰাৰ ঘৰুৱা দিহা

কম বয়সতে চুলি পকা প্ৰতিৰোধ কৰাৰ ঘৰুৱা দিহা

আপোনাৰ চুলিখিনি অসময়ত পকিছে নেকি? তেন্তে কিয় চুলি পকিছে তাৰ কাৰণসমূহ জানেনে বাৰু? অসময়ত চুলি পকিলে তাক কোৱা হয় অকালপক্কতা।( Assamese Health Tips ) আমাৰ ভাৰতীয় মানুহৰ চুলিৰ ৰং সাধাৰণতে ক’লা হয়। এই ক’লা ৰংটো আমি সৌন্দৰ্য্যৰ প্ৰতীক বুলি ভাবো। যেতিয়ালৈ চুলিকোছা ক’লা হৈ থাকে আমি নিজকে ডেকা বুলি ভাবো।

ৰেললাইনৰ মাজত শিল ৰখাৰ কাৰণটো জানিলে আচৰিত হব

ৰেললাইনৰ মাজত শিল ৰখাৰ কাৰণটো জানিলে আচৰিত হব

ভাৰতত প্ৰতিদিনে কোটি কোটি মানুহে ৰেল’যোগে ভ্ৰমণ কৰে। যেতিয়া যাত্ৰী এগৰাকীয়ে ৰেল’ত ভ্ৰমণ কৰে, তেন্তে তেওঁ নিশ্চিয় লক্ষ্য কৰিব যে, ৰেল’পথৰ লাইনৰ মাজত বহুতো শিল পৰি থাকে। কোৱা হয় যে, ৰেল’ আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰাই ৰেল’লাইনত শিল ৰখা হৈছে। ৰেল’লাইনত শিল ৰখাৰ আৰঁত বহুতো ডাঙৰ কাৰণ আছে। ৰেল’লাইন দেখাত যিমান