হনুমান জী এই কল্যুগত জাগ্ৰত দেৱতা। মাতৃ সীতাই হনুমান জীক অমৰ হৈ থাকিবলৈ বৰদান দিছে। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। মঙলবাৰে হনুমান জীক পূজা কৰিলে আকাংক্ষিত ফল পোৱা যায়। আজি এই লেখাটোৰ জৰিয়তে হনুমান জীৰ আশীৰ্বাদ পাবলৈ কি কি কৰিব লাগে সেই বিষয়ে জনাম। ধৰ্মীয় পুৰাণ
Month: April 2023
আজৱ দেশৰ আজৱ কাণ্ড । ক’ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি দুবছৰ পাছত জীৱন্তে উভতিল ঘৰলৈ । এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশত । ভাৰতৰ ক’ভিডৰ প্ৰথমটো ঢৌৱে মৃত্যৰ সৈতেই লগত লৈ আহিছিল প্ৰচণ্ড ভয় আৰু অস্থিৰতা । এই অস্থিৰতা আৰু ভয়ে যেন সকলো খেলিমেলি কৰি দিলে সমগ্ৰ দেশত ।
দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছিল । সুৰানীতি কেলেংকাৰী সন্দৰ্ভত আপৰ নেতগৰাকীক সোধ পোছৰ বাবে উপস্থিত হ’বৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ আপৰ নেতাগৰাকীক চি বিআয়ে তলব কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা, কৰ্মী ৷ এই লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আপৰ সদস্যসকলে
যদি আপুনি বিদেশত গাড়ী চলাব বিচাৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং অনুজ্ঞাপত্ৰ থকাটো গুৰুত্বপূৰ্ণ। বহিঃৰাজ্যত গাড়ী চলোৱাৰ সময়ত ভাৰতৰ ড্ৰাইভিং লাইচেন্স দেখুৱালে কাম নহ’ব। ইয়াৰ বাবে নিজ নিজ প্ৰদেশত পৃথকে পৃথকে ড্ৰাইভিং লাইচেন্স লব লাগে। আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰাৰ সময়ত গৃহ দেশত লাভ কৰা ডি এল পাছপ’ৰ্টৰ সৈতে জমা দিব
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেওবাৰে আবকাৰী নীতিৰ গোচৰত জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। CBIৰ কাৰ্যালয় পোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়ছোৱাত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেবিনেটৰ সহযোগীসকলকো তেওঁৰ সৈতে দেখা গ’ল।