Month: April 2023

বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক

বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক

বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক | সাপটগ্ৰাম বনাঞ্চলিকৰ অধীনস্থ বনাঞ্চল সমূহত সুলভ হৈ পৰিছে জীৱ জন্তুৰ চোৰাং বেহা | একাংশ দুষ্ট চক্ৰই দুস্প্ৰাপ্য বনৰীয়া জীৱ জন্তু ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় | তেনে ব্যৱসায়ৰ বিৰুদ্ধে সাপটগ্ৰাম বন বিভাগৰ নাটকীয় অভিযান | অভিযানত খৰখৰি অঞ্চলৰ

অসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পোৱা নাই 6 মাহতকৈ অধিক মাহৰ দৰমহা ।

অসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পোৱা নাই 6 মাহতকৈ অধিক মাহৰ দৰমহা ।

চৰকাৰৰ হাতত বিহু পাতিব 100 কোটি টকা আছে কিন্তু কষ্ট কৰি খোৱা ৰন্ধন কৰ্মচাৰীক প্ৰাপ্য দিব পইচাৰ অভাৱ । চৰকাৰে প্ৰয়োজন নোহোৱা স্বত্বেও কাম নকৰা মহিলা সকলক অৰুনোদই আঁচনি দি আছে কিন্তু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহৰ 1500 টকা মুকলি কৰি দিব নোৱাৰে । সততে পইচাৰ অভাৱ নাই বুলি জহাই ফুৰা

ওদালগুৰিৰ পানেৰীত ৰঙালীক আদৰিবলৈ পূৰ্ণ গতিৰে চলিছে প্ৰস্তুতি

ওদালগুৰিৰ পানেৰীত ৰঙালীক আদৰিবলৈ পূৰ্ণ গতিৰে চলিছে প্ৰস্তুতি

চাওঁতে চাওঁতে আহি পালেহি বাপতিসাহোন ৰঙালী বিহুতি | কেইটামান মুহুৰ্ত বাকী আছে হেপাহৰ বহাগ বিহুলে | ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্ৰস্তুতি | ভিন্ন প্ৰান্তত এতিয়া ঢোল পেপা তালৰ মাতেৰে মূখৰিত হৈ পৰিছে | চেনেহৰ বিহুটিত এপাক নাচিবলৈ চলিছে কৰ্মশালা | পিছপৰি ৰোৱা নাই ওদালগুৰিৰ জীয়ৰী-বোৱাৰী |

নগাঁৱৰ দীঘলী বিলত পৰম্পৰাগত মাছ ধৰা উৎসৱ,বিহু গীত-নৃত্যত মছগুল নগঞাঁ

নগাঁৱৰ দীঘলী বিলত পৰম্পৰাগত মাছ ধৰা উৎসৱ,বিহু গীত-নৃত্যত মছগুল নগঞাঁ

নিউজ ব্যুৰ’,নগাঁও,১৩এপ্ৰিল:–জাকৈ,খালৈ,পল, চেপা,খ’খা,জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে বৃহস্পতিবাৰে মুখৰিত হৈ পৰিল নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল। উল্লেখ্য যে প্ৰায় দুশ বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা জিলাখনৰ বেবেজীয়াৰ সমীপৰ তথা পশ্চিমাঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগত ভাৱে পালন কৰি