ঐতিৰ্যমণ্ডিত গড়গাওঁ মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০বিদ্যানন্দ বৰকাকতী আৰু একেখন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰিমঝিম বৰা *। সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ সমান্তৰালকৈ চিনাকী কৰাই দিয়াৰ এক বিশেষ প্ৰয়াস পিতৃ-মাতৃৰ । পতি-পত্নী দুয়োগৰাকী অধ্যাপক-অধ্যাপিকা হোৱাৰ সমান্তৰালকৈ কন্যা আই ভি প্ৰিয়া বৰকাকতী আৰু পুত্ৰ সন্তান অৰিয়ন প্ৰিয়ম বৰকাকতীক
Month: April 2023
শিৱসাগৰৰ আমগুৰি সমষ্টিৰ খনামুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰগতিশীল নামৰ আত্মসহায়ক গোটৰ সদস্যই এটি সামান্য এটি সাহায্যৰে স্বাৱলম্বীৰ দিশত আগুৱাই যোৱাৰ এটি ক্ষুদ্র প্ৰয়াস, প্ৰগতিশীল নামৰ এটি আত্মসহায়ক গোটৰ ১০ গৰাকী সদস্যই দৃষ্টি নামৰ স্বেস্বাসেৱী অনুষ্ঠানটিৰ পৰা এটি সামান্য প্ৰশিক্ষণ লৈ পেলনীয়া সামগ্রী ছাই , হালধীৰ পৰা চাবোন প্ৰস্তুত কৰি ওলিৱাৰ
সৰুতেই কপৌফুলৰ প্ৰেমত পৰিছিল চৰাইদেউৰ অংকুৰাজ গগৈ নামৰ এজন যুৱক৷হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকমুহুত্বত টেঙাপুখুৰীৰ কুকুৰাচৰাৰ অংকুৰাজৰ অংৰ্কিড উদ্যানত ৰমকজমককৈ ফুলিছে কপৌফুল৷ চৌদিশে এতিয়া বিহুটিক আদৰাৰ প্ৰস্তুতি৷কপৌ ফুলৰ গন্ধই ৰজনজনিইছে চৌদিশ৷চৰাইদেউ জিলাৰ টেঙাপুখুৰীত এই অংকিড উদ্যানত দেখিবলৈ পোৱা গৈছে কপৌফুল৷কুকুৰাচৰাৰ অংকুৰাজ গগৈ নামৰ শিক্ষিত যুৱকজনে ২০১০ চনতে গঢ়ি তোলা অৰ্কিড পাৰ্কখনত
এইবাৰ ঘোচ লৈ হাত দাঙিলে হিচাপ নিৰীক্ষক তথা কাৰ্যবাহী অভিযন্তা পুলিন শইকীয়াই
নিজা বাতৰি দিওঁতা: গোসাঁইগাঁও: ১০ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উকীল সন্থাই ৫ আৰু ১০ এপ্ৰিলত দুদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূযীৰে উদযাপন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী । গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সহোযোগত আয়োজিত দ্বিতীয় দিনাৰ মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচীত আজি এক আইনী সজাগতা সমদল উলিওৱা হয় । গোসাঁইগাঁও উকীল সন্থাৰ