অহা ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ মনকি বাত’ কাৰ্য্যসূচীৰ এশ তম্ সংখ্যা শুনাৰ বাবে আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বিজেপি’ৰ প্ৰতিটো বুথ সমিতিক ৰেডিঅ’ বিতৰণ কৰা হয় । বিজেপি’ৰ কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত আয়োজিত কাৰ্য্যসূচীত অসম প্ৰদেশ সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি’ৰ গুমা মণ্ডল
Month: April 2023
বৰমুকলিত নিৰ্মিত ১৪ লাখ লিটাৰৰ বৰলা পানী যোগান প্ৰকল্প পৰিদৰ্শন ৰাজ্যপাল গৰাকীৰ | ৰাজ্যপাল গৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত ড° ছাদনেক সিং আৰু বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী* ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বৰমুকলিক উপস্থিত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া | বৰমুকলিত উপস্থিত হৈ পৰিদৰ্শন কৰে অসমৰ সৰ্ববৃহৎ পানী যোগান প্ৰকল্প ‘বৰলা পানী
কাঞ্চন,কৃষ্ণচূড়া, সোণাৰু পলাশ পুলিৰ বৃক্ষ ৰোপণ কৰি চৰাইদেউক সেউজীয়া কৰি তোলাৰ মন প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ।ৰাইজৰ লগত সংগ দি এটা এটাকৈ কাঞ্চন,কৃষ্ণচূড়া,সোণাৰু পলাশ পুলি ৰোপণ কৰিলে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস,মাধৱ ৰঞ্জনৰ লগতে কৃষ্ণ বৰগোহাঁই আৰু স্থানীয় ৰাইজেও।বৃক্ষ ৰোপণেৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা উদিয়মান প্ৰকৃতি প্ৰেমী
বিশিষ্ট সাহিত্যিক-সাংবাদিক-অধিবক্তা ৰাধিকা মোহন গোস্বামীক মৰণোত্তৰভাবে “সাহিত্য জ্যোতি” উপাধি প্ৰদান
বিশিষ্ট সাহিত্যিক-সাংবাদিক- অধিবক্তা ৰাধিকা মোহন গোস্বামীক কালি মৰণোত্তৰ ভাবে প্ৰদান কৰা হয় ‘সাহিত্য জ্যোতি’ উপাধি । বিশিষ্ট সাহিত্যিক- সাংবাদিক গৰাকীৰ নগাঁৱৰ ফৌজদাৰীপট্টিস্থিত বাসগৃহত এই উপলক্ষে অনুষ্ঠিত এখনি সভাত গুৱাহাটীৰ অগ্ৰণী সামাজিক অনুষ্ঠান “অনুপ্ৰেৰণা”ই আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এই সন্মান। “অনুপ্ৰেৰণা”ৰ সম্পাদক তথা “দেওবৰীয়া বার্তা” কাকতৰ সম্পাদক দীপজ্যোতি শইকীয়াই পৰিয়ালবৰ্গৰ
টীয়ক ১২ মাৰ্চ/২৩ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ব্যতিক্ৰমী অনুষ্ঠানে আদৰিলে অসমীয়াৰ হেঁপাহৰ আপোন বিহুটিক।মহাবিদ্যালয়ৰ উদ্যোগত আৰু টীয়ক প্ৰেছ ক্লাবৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত নৱ নৱ বহাগ শীৰ্ষক অসমীয়া নৱবৰ্ষ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।বৃহত্তৰ টীয়কৰ প্ৰায় ২৫ টি অনুষ্ঠান-শিক্ষানুষ্ঠানক লগত লৈ আয়োজন কৰা এই অনুষ্ঠানত হুচৰি, বিহু ,ঝুমুৰ,মিচিং বিহু,বিহুসুৰীয়া নৃত্য,সুৰ,সমলয়কে