Singer Prince Nihal launched his new Assamese Song ahead of Bohag Bihu. The Song labelled ‘Bukuxon Dilinu Kak ?’ was released on his youtube channel ‘Prince Nihal Official’ on Monday(Apr 10, 2023). Speaking about his new song, “He spoke about his team where Lyrics & Composition were done by Sunit
Month: April 2023
মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছে মহতিয়াই নিলে এজন সংবাদকৰ্মীক। স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতায়ে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম। গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম। বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ স্কুটীৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাত নিহত হয় মুস্তাক আলম। বেলতলাৰ পৰা
NRC কেলেংকাৰিক লৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ। প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে WATCH VIDEO
এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক। মঞ্চত নহয় ৰাইজৰ মাজত দেখা গ’ল মহিলাৰীক ৷ মাইক্ৰোফোন হাতত লৈ ৰাইজৰ মাজত গৈ বুজ ল’লে সমস্যাৰ। সমৰ্থকৰ সৈতে ছেলফিও উঠিলে মহিলাৰীয়ে ৷ সভাত পুনৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক টাৰ্গেট কৰি লয় হাগ্ৰামা মহিলাৰীয়ে ৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা। হিমন্ত বিশ্ব শৰ্মাক ভুৱা প্ৰতিশ্ৰুতিৰ মহানায়ক আখ্যা দিছে ৰাজ্যসভাৰ সাংসদ ভূঞাই। ভেল্কিবাজিৰে যোৱ দুটা বছৰ অসমৰ ৰাইজক বহুত ঠগিলে বুলি অজিত কুমাৰ ভূঞাই অভিযোগ কৰে। বিশিষ্ট সাংবাদিক তথা সাংসদগৰাকীৰ মতে দেউলীয়া চৰকাৰক কেগে সতৰ্ক কৰি দিয়াটো