Month: April 2023

হনুমানজীৰ আশীৰ্বাদ পাবলৈ এইবোৰ কাম কৰক, প্ৰতিটো সংকটৰ পৰা মুক্তি পাব…

হনুমানজীৰ আশীৰ্বাদ পাবলৈ এইবোৰ কাম কৰক, প্ৰতিটো সংকটৰ পৰা মুক্তি পাব…

হনুমান জী এই কল্যুগত জাগ্ৰত দেৱতা। মাতৃ সীতাই হনুমান জীক অমৰ হৈ থাকিবলৈ বৰদান দিছে। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। মঙলবাৰে হনুমান জীক পূজা কৰিলে আকাংক্ষিত ফল পোৱা যায়। আজি এই লেখাটোৰ জৰিয়তে হনুমান জীৰ আশীৰ্বাদ পাবলৈ কি কি কৰিব লাগে সেই বিষয়ে জনাম। ধৰ্মীয় পুৰাণ

বিদ্যুতৰ অস্বাভাৱিক প্ৰিপেইড বিলে জ্বলা-কলা খুৱাইছে গ্ৰাহকক !

বিদ্যুতৰ অস্বাভাৱিক প্ৰিপেইড বিলে জ্বলা-কলা খুৱাইছে গ্ৰাহকক !

বিদ্যুত বিল পৰিশোধ প্ৰিপেইড ব্যৱস্থালৈ স্থানান্তৰিত হোৱাৰ পিছত মাহেকীয়া বিদ্যুতৰ নিৰিখ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰেজুৱেট ইঞ্জিনিয়াৰছ ফ’ৰামে চৰকাৰীভাৱে পৰিচালিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ৷ বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বৰ বহু দেশে পছন্দ কৰা নতুন প্ৰযুক্তিটোক সমৰ্থন কৰাৰ সমান্তৰালকৈ অল অসম

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী শৰ্মাই…

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী শৰ্মাই…

এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শৰ্মাক আদানী গ্ৰুপৰ সৈতে সম্পৰ্কিত সম্পৰ্কত ৰাহুল গান্ধীয়ে কৰা টুইট সন্দৰ্ভত এই গোচৰ ৰুজু কৰিব বুলি দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৪ এপ্ৰিলত গুৱাহাটী ভ্ৰমণৰ পিছত মানহানিৰ

ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ…

ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ…

বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো। ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক। দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ। পেছাত তেওঁ এগৰাকী টেট শিক্ষক আছিল। মৃত শিক্ষকজনৰ ঘৰ কাছাৰৰ কালাইনত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

লাভলীনা বৰগোহাঁইলৈ ২০২২ বৰ্ষৰ ৰণাংগন সন্মান

লাভলীনা বৰগোহাঁইলৈ ২০২২ বৰ্ষৰ ৰণাংগন সন্মান

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে । ২০২২ বৰ্ষৰ “ৰণাংগন সন্মান’’ অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হোৱাৰ উপৰি অলিম্পিক পদক বিজয়ী বক্সাৰ