হনুমান জী এই কল্যুগত জাগ্ৰত দেৱতা। মাতৃ সীতাই হনুমান জীক অমৰ হৈ থাকিবলৈ বৰদান দিছে। ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। মঙলবাৰে হনুমান জীক পূজা কৰিলে আকাংক্ষিত
Month: April 2023
বিদ্যুত বিল পৰিশোধ প্ৰিপেইড ব্যৱস্থালৈ স্থানান্তৰিত হোৱাৰ পিছত মাহেকীয়া বিদ্যুতৰ নিৰিখ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰেজুৱেট ইঞ্জিনিয়াৰছ ফ’ৰামে চৰকাৰীভাৱে পৰিচালিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক স্পষ্ট কৰিবলৈ আহ্বান
এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শৰ্মাক আদানী গ্ৰুপৰ সৈতে সম্পৰ্কিত সম্পৰ্কত ৰাহুল গান্ধীয়ে কৰা টুইট সন্দৰ্ভত এই গোচৰ ৰুজু কৰিব
বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো। ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক। দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ। পেছাত তেওঁ এগৰাকী টেট শিক্ষক
নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে । ২০২২ বৰ্ষৰ “ৰণাংগন সন্মান’’