‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷ Watch Video ‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’ : হাগ্ৰামা মহিলাৰী ‘শ্ৰীৰামপুৰ টোলগেটৰ পৰা দৈনিক ৪০ লাখ টকা লয় প্ৰমোদ বড়োৱে’৷ হাগ্ৰামা মহিলাৰীৰ আন এক মহাবিস্ফোৰণ৷ Posted by Guwahati Times on
Month: April 2023
চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী এটা দলে চিলঙনীত চলাইছিল এই অভিযান। অভিযানত চাবোনৰ বাকচ সহ আটক ড্ৰাগছ সৰৱৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰীটোৰ নাম দিলদাৰ হুছেইন। সৰৱৰাহকাৰী টোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২৩. ৮৫ গ্ৰাম সন্দেহজনক ড্ৰাগছ। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ড্ৰাগছ সৰৱৰাহকাৰীটোক
শুক্ৰবাৰে চিলঙনী, কাতিমাৰী, ধিংগেটৰ আছীয়া হোটেলৰ সমীপৰ চলিছিল আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান। অভিযানত চাবোনৰ বাকচ সহ মুকলিকৈ অনা সন্দেহজনক হেৰ’ইণ জব্দ। ঘটনাৰ লগত জড়িত তিনিজন ড্ৰাগছ সৰৱৰহকাৰী আটক কৰে আৰক্ষীয়ে। আটকাধীন সৰৱৰহকাৰী কেইজন দিলদাৰ হুছেইন, ছিয়াজুল হক আৰু নাছিৰ উদ্দিন বুলি জানিব পৰা গৈছে। আনুমানিক মুঠ ১৭৭ গ্ৰাম সন্দেহজনক
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ অসম চৰকাৰে অসমীয়া মাধ্যম, বড়ো মাধ্যমকে ধৰি মাতৃভাষা মাধ্যমক নিঃশেষ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত নগাঁও ৰাজপথত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী । শতাধিক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লো গানেৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তুলে ।
মা’ৰ মৃত্যুৰ বহুদিন পিছত মা’ই লিখা এখন চিঠি মা’ৰ কোঠা পৰিষ্কাৰ কৰোতে পালে পুত্ৰই ! চিঠিখন দেখি কোঠালি পৰিস্কাৰ কৰিব এৰি চিঠিখন পঢ়িবলৈ ল’লে পুত্ৰই , লিখা আছিল , ” বোপাই , তোমাৰ হাতত যিদিনা এই চিঠিখন পৰিব সিদিনা মই বহু দূৰৈত গুচি যাম, যি ঠাইৰ পৰা কোনোবা কেতিয়াও ঘূৰি