২১ মে’ৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 min read

মেষ : কৰ্মক্ষেত্ৰই হওক বা পাৰিবাৰিক জীৱনেই হওক, নিজৰ ভুলৰ পৰা শিক্ষা লওক।

বৃষ : নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱা প্ৰয়োজন আজিৰ দিনটোত।

মিথুন : চাকৰি সলনিৰ সম্ভাৱনা আছে, ধাৰলৈ দিয়া ধন আজি ওভতাই পাব পাৰে।

কৰ্কট : সকলো দিশৰ পৰা আজিৰ দিনটো ভালদৰে পাৰ হ’ব। সৰ্বত্ৰ আপোনাৰ ব্যক্তিত্বই আনক মুগ্ধ কৰিব।

সিংহ : পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিষয়ট মনোযোগ দিয়া প্ৰয়োজন।

কন্যা : স্বাস্থ্যক লৈ সমস্যাত পৰিব পাৰে। উপযাচি কাকো উপদেশ দিবলৈ নাযাব।

তুলা : আৰ্থিক সমস্যাৰ সমাধান হ’ব পাৰে, দিনটো গতানুগতিকভাৱে পাৰ হ’ব।

বৃশ্চিক : কৰ্মক্ষেত্ৰত অভিজ্ঞসকলৰ কথা শুনি চলিলে হ’ব, কোনো ক্ষতি নহয়।

ধনু : স্বাস্থ্যৰ বাবে মনোভাৱ খিংখিঙীয়া হ’ব, কামত সমস্যা বৃদ্ধি হ’ব।

মকৰ : প্ৰয়োজন হ’লে নিজৰ কামৰ ধৰণ সলনি কৰিব লাগিব, তাৰ ফলত উপকাৰ লাভ কৰিব।

কুম্ভ : কৰ্মক্ষেত্ৰত প্ৰতিবন্ধকতা দূৰ হ’ব, কামৰ প্ৰতি মনোযোগ বাঢ়িব।

মীন : যিকোনো সৰুসুৰা কামত সহকৰ্মীৰ সহায় লাভ কৰিব, অকলশৰীয়া অনুভৱ নহ’ব।

You May Also Like

More From Author