লিভাৰৰ সমস্যা নেকি ? এই ফলৰ ৰস এবাৰ চেষ্টা কৰক …

1 min read

আমলখি ভিটামিন চি সমৃদ্ধ ফল।

প্ৰতিদিনে আমলখিৰ ৰস খোৱাটো যকৃতৰ বাবে ভাল।

প্ৰতিদিনে আমলখিৰ ৰস খাই লিভাৰৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

আমলখিৰ ৰসৰ গুণগত মানদণ্ডৰ বাবে লিভাৰৰ কাৰ্যক্ষমতা বহুগুণে বৃদ্ধি পায়।

আমলখিৰ ভিটামিন চি-য়ে যকৃত স্বাস্থ্যৱান কৰি ৰাখে। এই প্ৰাকৃতিক ৰসে যকৃতক নতুন জীৱন প্ৰদান কৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author