আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘মোচ্চা’।

1 min read

🔴 আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘মোচ্চা’।
🔴 বংগোপ সাগৰৰ ওপৰেৰে পশ্চমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দিশে ‘মোচ্চা’।
🔴 ত্ৰিপুৰা, মিজোৰামত শনিবাৰৰ পৰা প্ৰচণ্ড বতাহ-বৰষুণ হোৱাৰ আশংকা।
🔴 নাগালেণ্ড আৰু অসমৰ দক্ষিণ প্ৰান্তক কোবাই যাব বতাহ-বৰষুণে।

You May Also Like

More From Author