🔹ডাঃ সংগীতা দত্তক পুনৰ ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
🔹CJM আদালত হাজিৰ কৰাৰ পাছত পুনৰ ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক
🔹শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সংগীতাই আৰু ৫ দিন কটাব লাগিব পাণবজাৰ থানাত
সংগীতা দত্তক পুনৰ ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
Posted on by GTM Desk
1 min read