ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব উচ্ছেদ।

1 min read

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব প্ৰশাসনৰ উচ্ছেদ। দৰঙৰ প্ৰায় ১২খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড’জাৰ। ইতিমধ্যে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদিতৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ১০খনকৈ নাৱৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে।

You May Also Like

More From Author