৪ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা।

1 min read

৪ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাওনা হ’ব ৬,৩০২ হজযাত্ৰী। দুখনকৈ বিমানেৰে গুৱাহাটীৰ পৰা মক্কালৈ যাব হজযাত্ৰীসকল। ২ জুনৰ পৰা আৰম্ভ হ’ব পঞ্জীয়নৰ ব্যৱস্থা। গুৱাহাটীৰ হাজি মোছাফীৰ খানাত কৰিব লাগিব পঞ্জীয়ন।

You May Also Like

More From Author