নিশা হাজোৰ বৰ্ণিত আৰক্ষীযে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ।

1 min read

বিশেষ খবৰৰ ভিত্তিত হাজো আৰক্ষীয়ে বৰ্নিৰ ন পাৰা দলংৰ ওপৰত অভিযান চলাই জব্দ কৰে ড্ৰাগছ খিনি ।
ড্ৰাগছ ব্যাবসাযী মনু আলীযে AS 25S 0782 নম্বৰ FZ বাইক খনেৰে ড্ৰাগছ সৰবৰাহ কৰিব যোবা সময়তে হাজো আৰক্ষীযে আটক কৰে ড্ৰাগছ ব্যাবসাযী জনক।
ইপিনে ড্ৰাগছ ব্যৱসায়ী মনু আলীক আৰক্ষীয়ে আটক কৰাৰ লগতে এখন বাইক জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৪০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে হাজো থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

You May Also Like

More From Author