১৫ দিনৰ বাবে গুৱাহাটীত বন্ধ জাইকাৰ পানী যোগান

1 min read

📌 ১৫ দিনৰ বাবে গুৱাহাটীত বন্ধ জাইকাৰ পানী যোগান। এই সময়ছোৱাত পানী যোগান প্ৰক্ৰিয়াত থকা বিসংগতি নিৰীক্ষণ কৰা হ’ব।
📌 ইফালে জলবিস্ফোৰণৰ তদন্ত কৰিবলৈ ৩জনীয়া কমিটী গঠন। ৩ দিনৰ ভিতৰত কমিটীয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন।

You May Also Like

More From Author