পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

1 min read

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়।

যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি জানিব লাগে যে- পানীৰ অভাৱৰ লক্ষণবোৰ কি?

১)ঘাম বাহিৰ নোহোৱা-

গ্ৰীষ্মকাল আহি পৰিছে।এনে পৰিস্থিতিত যদি মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ নহয়,তেনেহলে এয়া এক গুৰুত্বৰ সমস্যা হব পাৰে।এইটো এনে এটা লক্ষণ যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।কিয়নো ইয়াৰ অৰ্থ হৈছে যে মানুহজনৰ শৰীৰ হাইড্ৰেট নহয়।কিয়নো এনে?লোকৰ ঘাম নোলায়।

২/হৃদস্পন্দন বৃদ্ধি হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ হৃদযন্ত্ৰ দ্ৰুতগতিত স্পন্দন কৰিবলৈ লয়।শৰীৰত পানীৰ অভাৱৰ অৰ্থ হৈছে-তেজৰ পৰিমাণ কম হোৱা।যাৰ অৰ্থ হৈছে- মানুহৰ হৃদযন্ত্ৰই অধিক পাম্প কৰিব লগা হোৱা।গতিকে যদি কোনো কাৰণ নোহোৱাকৈ মানুহৰ হৃদযন্ত্ৰ অধিক হাড়ত স্পন্দন কৰিছে-তেন্তে ইয়াৰ প্ৰতি মনোযোগ দিব লাগে।

৩/ছালতো পৰিৱৰ্তন হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ ছালত যথেষ্ট প্ৰভাৱ পৰে।যদি মানুহে ৰ’দত নিজৰ মুখত চানষ্কীণ প্ৰয়োগ কৰে,তাৰ পাছতো ছাল শুান হৈ থাকে।তেনেহলে বুজি লওক যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।এনে পৰিস্থিতিত মানুহে অধিক পানী সেৱন কৰা উচিত।উন্নত স্বাস্থ্যৰ বাবে এদিনত কমেও ৮=৯গিলাচ পানী সেৱন কৰিব লাগে।

You May Also Like

More From Author