নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল…

1 min read

-নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল

-ৰূপহীহাট থানাৰ IC ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি

-জাজৰী থানালৈ বদলি ৰহাৰ OC সম্প্রীতি হাজৰিকাক

-জাজৰী থানাৰ OCক উলুৱনি থানালৈ বদলি

-উলুবনিৰ OCক খাটোৱাল থানালৈ বদলি

-লাওখোৱা চাপৰিৰ OC মিতু দাসক জুৰীয়া থানালৈ বদলি

-জুৰিয়াৰ OC মুন্না পাচনীক জখলাবন্ধা থানালৈ বদলি

-কামপুৰৰ OC মণিৰাম কলিতাক ৰহা থানালৈ বদলি

-বাগৰিৰ IC অজিত সোণোৱালক ইটাচালিলৈ বদলি

-বেবেজীয়াৰ IC চিৰঞ্জীৱ লাহনক বাগৰিলৈ বদলি

-ননৈৰ IC বিভূতি থাপাক মৰিকলঙলৈ বদলি

You May Also Like

More From Author