নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ, গুৱাহাটীত নিৰ্মাণ হ’ব দেশৰ দ্বিতীয় দীৰ্ঘতম ৪ লেনযুক্ত ফ্লাই অভাৰ

0 min read
ভাল খবৰ । গুৱাহাটীত নিৰ্মাণ হ’ব দেশৰ দ্বিতীয় দীৰ্ঘতম ৪ লেনযুক্ত ফ্লাই অভাৰ । নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ মুঠ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ফ্লাই অভাৰ । ব্যয় হ’ব ৭৫২.৬৮ কোটি টকা

You May Also Like

More From Author