সৰস্বতী চালিসা..

1 min read

মা সৰস্বতীৰ আৰ্শীবাদ যি ব্যক্তিৰ প্ৰাপ্ত হয়/সেইজনৰ জীৱনত কোনো অভাৱ নাথাকে।ধাৰ্মিক মান্যতা অনুসাৰে সৃষ্টিৰ পৰা উদাসীনতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ-ব্ৰহ্মাদেৱে মা সৰস্বতীৰ ৰচনা কৰিছিল।

মা সৰস্বতীৰ পূজাৰ বাবে-বসন্ত পঞ্চমী আৰু দিপাৱলীৰ দিন সৰ্বশ্ৰেষ্ট মনি হয়।কিন্তু যিয়ে-প্ৰতিদিনে-মা সৰস্বতীৰ পূজা-আৰাধনা কৰে-সেইজনে সৃদ্ধি-বুদ্ধি, ধন-বল,আৰু জ্ঞান-বিবেকৰ প্ৰাপ্তি হয়।তেওঁৰ জীৱন সুখ-সৌভাগ্যৰে পৰিপূৰ্ণ হয়।মা সৰস্বতীৰ পূজাত-সৰস্বতী চালিসা পাঠ কৰিলে-বহু লাভ হয়।

গুৰুবাৰৰ দিনা মা-সৰস্বতীৰ পূজাত-সৰস্বতী চালিসা পাঠ কৰিব লাগে।ইয়াৰ দ্বাৰা-আপোনাৰ জীৱনত সকাৰত্মক আৰু চমৎকাৰি সলনি আহে।

*সৰস্বতী চালিসাৰ লাভ-

*সৰস্বতী চালিসা পাঠ কৰিলে-জ্ঞানৰ মাৰ্গ মুকলি হয়।

*ইয়াৰ দ্বাৰা মন শান্ত আৰু একাগ্ৰছিত হৈ থাকে।সেইবাবে-বিশেষ কৰি বিদ্যাৰ্থী সকলে-সৰস্বতী চালিসা পাঠ কৰিব লাগে।

*সৰস্বতী চালিসা পাঠৰ দ্বাৰা-কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয়।বুধ গ্ৰহ-বুদ্ধি-বাণী-সংগীত-ব্যপাৰক প্ৰদৰ্শিত কৰে।

*সৰস্বতী চালিসা পাঠ কৰা ব্যক্তিৰ স্মৃতি শক্তি বাঢ়ে।সেইজনৰ প্ৰতি ক্ষেত্ৰতে ঐশ্চৰ্য্যৰ প্ৰাপ্তি হয়।

You May Also Like

More From Author