আজি সমগ্ৰ বিশ্বৰ লগতে ইচলাম ধৰ্মীয় লোকসকলে নাজিৰাত পালন কৰে পবিত্ৰ ঈদ-উল-আজহাৰ।
নাজিৰাৰ চাৰিআলি ঈদগাহ ময়দানত নাজিৰাৰ কেইবাটাও জামাতৰ পৰা আহি ইচলাম ধৰ্মীয় লোকসকলে সমূহীয়াকৈ পবিত্ৰ ঈদ-উল-আজহাৰ নামাজ পঢ়ে।
এই পবিত্ৰ ঈদ-উল-আজহাৰ নামাজত চাৰি সহস্ৰাধিক ইচলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে।ভাতৃত্ববোধ-বিশ্ব শান্তিৰ বাবে দোৱা কৰা নামাজত ইমামতিত্ব কৰে মৌলানা চহিদুল ইচলাম কাচিম।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।