‘ৰাজ্য জ্বলি আছে, মানুহ নিৰাপদ নহয়, বিজেপিৰ খবৰ নাই৷ মন কী বাতৰ দিনাখনেই ৰেডিঅ’ ভাঙি কৰা প্ৰতিবাদৰ ভাষা বুজি নাপালে৷ পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি৷ আগন্তুক সময়ত বিভাজনকামী ৰাজনৈতিক শক্তিসমূহক ৰাইজে আঁতৰাব’৷ মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ৷
‘ৰাজ্য জ্বলি আছে, মানুহ নিৰাপদ নহয়, বিজেপিৰ খবৰ নাই :ভূপেন বৰা
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025