🔷 ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনা।
🔷 মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অনুষ্ঠান আয়োজকে আৰম্ভ কৰিব লাগিব বন্তি প্ৰজ্বলন অনুষ্ঠান।
🔷 মুখ্যমন্ত্ৰীক গামোচা, ফুল আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰ নিৰ্দেশ। ঘোষক বা ঘোষিকাৰ বাহিৰে কোনেও আগবঢ়াব নোৱাৰিব শলাগৰ শৰাই।
🔷 য’ত মুখ্যমন্ত্ৰীয়ে নিশা বাহৰ পাতে, ইয়াৰ দ্বিতীয় দিনৰ অনুষ্ঠান বৃক্ষ ৰোপনেৰে আৰম্ভ কৰা হ’ব।
🔷 মাটিৰ কাপত চাহ দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
🔷কাচৰ বটলত খোৱাপানী যোগান ধৰিব লাগিব। এবাৰ ব্যৱহাৰযোগ্য লপানী বটল লবৰ্জনৰ নিৰ্দেশ।
🔷 অনুষ্ঠানত দুপৰীয়া আৰু নিশাৰ আহাৰ হ’ব লাগিব নিৰামিষ। অসমীয়া আৰু থলুৱা জনগোষ্ঠীয় খাদ্য যোগানৰ নিৰ্দেশ।
🔷মুখ্যমন্ত্ৰী উপস্থিত থাকিবলগীয়া চৰকাৰী অনুষ্ঠানত উপায়ুক্তসকলে মানিব লাগিব এই নিৰ্দেশনা।