অৰুণাচলৰ নিক’লকত শোকাৱহ ঘটনা, নৈত গা-ধুবলৈ গৈ জোনাইৰ ২ যুৱকৰ মৃত্যু

1 min read

-অৰুণাচলৰ নিক’লকত শোকাৱহ ঘটনা

-নৈত গা-ধুবলৈ গৈ জোনাইৰ ২ যুৱকৰ মৃত্যু

-মৃত্যু অমৰ হৰিজন আৰু মৃদুল সোনোৱালৰ

-ঘটনাস্থলীত উপস্থিত অৰুণাচল আৰক্ষী

-সমনীয়াৰ সৈতে নিক’লক নৈত গা ধুবলৈ গৈছিল দুয়ো

-মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

You May Also Like

More From Author