খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।

1 min read

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালক চৰকাৰে প্ৰদান কৰিলে আৰ্থিক সাহাস্য। মন্ত্ৰী অশোক সিংঘলে নিহতৰ পৰিয়ালৰ হাতত তুলি দিলে ৩ লাখ টকাৰ চেক। কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক সাৰি যাব নিদিয়াৰ হুংকাৰ মন্ত্ৰী অশোক সিংঘলৰ। শীঘ্ৰেই আৰম্ভ হ’ব হাইড্ৰ’টেষ্টিঙৰ কাম।

You May Also Like

More From Author