-গুৱাহাটীত 6E-2652 ইণ্ডিগ’ বিমানত যান্ত্ৰিক বিজুতি
-উৰণৰ ১০ মিনিট পিছতেই জৰুৰী অৱতৰণ বিমানখনৰ
-বিমানখনত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
-বিমানত আছিল ২ বিধায়ক প্ৰশান্ত ফুকন, তেৰছ গোৱালা
-গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বিমানখন
-কাৰিকৰী এটা দলে পৰীক্ষা কৰি আছে বিমানখন
গুৱাহাটীত 6E-2652 ইণ্ডিগ’ বিমানত যান্ত্ৰিক বিজুতি..
Posted on by GTM Desk
1 min read
You May Also Like
ধিঙত বন্যহস্তীৰ আক্ৰমণত মৃ*ত্যু এগৰাকী বৃদ্ধা মহিলা
November 8, 2024
লজ্জাজনক! পাষাণ পিতৃৰ জঘন্য কা*ণ্ড, সা*ৰি নগ’ল নি*জ কন্যা…
November 8, 2024