ধেমাজিত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৭গৰাকীকৈ লোক

1 min read
-ধেমাজিৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া।

-বনৰীয়া কাঠফুলা খাই অসুস্থ ১৭গৰাকীকৈ লোক।

পেটৰ বিষ, জ্বৰ, বমিত আক্ৰান্ত আটাইকেইগৰাকী।

ধেমাজি অসামৰিক চিকিৎসালয় ভৰ্তি আক্ৰান্তক।

বৰ্তমানো ৭গৰাকী লোক চিকিৎসাধীন।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।

You May Also Like

More From Author