সীমা সশস্ত্ৰ বল চমুকৈ এছ এছ বি’ৰ ৩১ নং বাহিনীৰ গোসাঁইগাঁও মাটিয়াজুৰী স্থিত মূখ্য কাৰ্য্যালয়ত আজি নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত এছ এছ বি’ৰ ৩১ নং বাহিনীৰ কামাণ্ডেন্ট চিৰাঞ্জীৱ ভট্টাচাৰ্য্য অংশ গ্ৰহণ কৰে। ইয়াৰ লগতে গোসাঁইগাঁও মহকুমা প্ৰশাসণৰ সহযোগত এছ এছ বি’য়ে গোসাঁইগাঁও ৰেল ষ্টেচনত আজি ৰাতিপুৱা দহ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী গ্ৰহণ কৰে । গোসাঁইগাঁও মহকুমা প্ৰশাসণৰ বিষয়া সকলৰ লগতে এছ এছ বি বিষয়া জোৱান আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা যোগ দিৱসৰ কাৰ্য্যসূচীত মহকুমাধিপতি আৰণ্যক শৈয়কীয়া উপস্থিত থাকে যোগ ব্যয়ামৰ জৰিয়তে মানুহ নিৰোগী হৈ থকাৰ লগতে দৈন্দদিন জীৱনত যোগ ব্যাম অংশ হিচাপে যাতে সকলোৱে গ্ৰহণ কৰে তাৰ সজাগতা সৃষ্টিৰ বাবে এই কাৰ্য্যসূচী গ্ৰহণ কাৰ হৈছে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে ৷
এছ এছ বি’ৰ ৩১ নং বাহিনীৰ মূখ্যকাৰ্য্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন…
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025