গোসাইগাঁও মহকুমাৰ শৌলমাৰী গাৱঁত ছুইচ গেটৰ বাঢ়নী পানীয়ে আৰ চি চি দলংৰ কাষৰ মাটি খহাই নিয়াত ৰাইজৰ যাতায়াত ব্যহত হৈছে ৷ বিগত কেইদিনৰ পৰা চলি থকা নেৰানেপাৰা বৰষুনৰ ফলত কাষতে থকা এখন ছুইচ গেটৰ পানী এৰি দিয়াত শৌলমাৰী গাঁৱত বিলৰ ওপৰত থকা এখন আৰ চি চি দলংৰ কাষৰ মাটি খহাই নিয়ে ৷ উক্ত ঘটনাৰ পাছত ৰাইজৰ যাতায়াত ব্যহত হৈছে ৷ উল্লেখ্য যে ৰাইজে উক্ত দলঙেৰে ভাওৰাগুৰিৰ পৰা শৌলমাৰী হৈ গুৰুফেলা লৈ যাতায়াত কৰাৰ লগতে কমলসিং,চেকাদানি,কাজিগাঁও, জিনজ্ৰিবিল আদি কেবাটাও গাঁৱৰ ৰাইজে উক্ত দলঙেৰে যাতায়াত কৰে যদিও মাটি খহাই নিয়াৰ পিছৰে পৰা ৰাইজে চৰম সমস্যাৰ সন্মুখীন হৈছে ৷
গোসাইগাঁৱৰ শৌলমাৰীত বাঢ়নী পানীয়ে খহাই নিলে দলংৰ কাষৰ মাটিঃযাতায়াত ব্যহত…
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/06/Screenshot_20230622_164928_WhatsApp.jpg)
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025