-গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা
– প্ৰেছ ক্লাবৰ ২০২৩-২৫ বৰ্ষৰ নৱ-নিৰ্বাচিত সমিতিখন
১) সভাপতিঃ সুস্মিতা গোস্বামী
২) উপ-সভাপতিঃ যতীন ভাগৱতী
৩) উপ-সভাপতি(মহিলা): অলকা বৰুৱা
৪) সাধাৰণ সম্পাদকঃ সঞ্জয় ৰায়
৫) সহকাৰী সাধাৰণ সম্পাদকঃ দিলোৱাৰ হুছেইন মজুমদাৰ
৬) সহকাৰী সাধাৰণ সম্পাদক (মহিলা): মিতালী কোঁৱৰ
৭) ক্ৰীড়া সম্পাদকঃ আজাদ গগৈ
৮) কোষাধ্যক্ষঃ মনিন্দ্ৰ ডেকা
৯) সাংস্কৃতিক সম্পাদকঃ পল্লৱী বৰা
১০) সাংগঠনিক সম্পাদকঃ কিশোৰ শৰ্মা