অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি হাজোতো ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ৬ বজাৰ পৰা হাজো ৰাজহ চক্ৰৰ সমুখত তথা দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখত ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰে ৷
মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত হাজোতো ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025