– ইণ্টাৰনেচনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচনৰ বিশ্ব ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ নগাঁৱৰ কঠীয়াতলিৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাসৰ ভাৰতীয় দলত খেলাৰ সুযোগ লাভ।
– অহা ১৮ আগষ্টৰ পৰা ২৭ আগষ্টলৈ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ’ব এই ইণ্টাৰনেচনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচনৰ বিশ্ব ক্ৰিকেট প্ৰতিযোগিতা।