প্ৰচাৰৰ নোহোৱাৰ বাবে বহু অসমীয়া ছবি ৰাইজৰ কাষ নাপায়।
শ্ৰী ৰঘুপতি এখন খুব সুন্দৰ অসমীয়া ছবি।
এইখন অসমীয়া ছবি নহয়।
শ্ৰী ৰঘুপতি এখন ভাৰতবৰ্ষৰ সকলো ভাষাৰ লগত ফেৰ মাৰিব পৰা এখন ছবি।
আইমি বৰুৱাৰ পৰিচালনাত দ্বিতীয় খন ছবিৰ ছুটিংৰ কাম আৰম্ভ হব।
সমষ্টি পুনঃ নিৰ্ধাৰণ ওপৰত কোনো মন্তব্য নকৰিলে অভিনেত্ৰী আইমি বৰুৱাই।
নগাঁৱৰ ষ্টেৰিও নামৰ এখন অত্যাধুনিক চেলুন মুকলি কৰিবলৈ আহি শ্ৰী ৰঘুপতিৰ ওপৰত এইদৰে মন্তব্য কৰে অভিনেত্ৰী আইমি বৰুৱাই।