নগাঁৱ: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী…

0 min read

নগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে কলিয়াবৰ,নগাঁও শাখা আৰু হোজাই শাখা সমিতিয়ে ২ ঘণ্টা ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷বৰ্তমানো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বসুন্ধৰা আচনিতো চাহ জনগোষ্ঠীৰ নাম পঞ্জীয়ন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠণটোৱে ৷ সেই উপলক্ষে আজি মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠণটোৱে৷ যদি এই দাবী মানি নলয় অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে সংগঠনটোৰ বিষয় ববিয়া সকলে।

You May Also Like

More From Author