Month: June 2023

জুলাইৰ প্ৰথম সপ্তাহত ৩টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন, এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ টকা

জুলাইৰ প্ৰথম সপ্তাহত ৩টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন, এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ টকা

কিছুমানে জ্যোতিষত বিশ্বাস কৰে আন কোনোৱে বিশ্বাস নকৰে। কিন্তু কোৱা হয় যে গ্ৰহৰ প্ৰভাৱ আমাৰ ৰাশিৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰভাৱৰ বাবে কিছুমান ৰাশিৰ যদি ভাল ফল পোৱা যায়, তেন্তে আন কিছুমান ৰাশিয়ে বেয়া ফলাফল পায়। (প্ৰতীকী ছবি) জুলাই মাহৰ প্ৰথম দিনটোত গ্ৰহসমূহৰ শাসক মংগল গ্ৰহ কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিলৈ

জৰ্জৰ পৰা কোঁচলৈঃ শোণিতপুৰত হিন্দু হ’ল এটা পৰিয়াল

জৰ্জৰ পৰা কোঁচলৈঃ শোণিতপুৰত হিন্দু হ’ল এটা পৰিয়াল

জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰা পৰিচিত হ’ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী বহু লোক অথবা পৰিয়াল অন্য ধৰ্মলৈ প্ৰত্যাৱৰ্তন হোৱাৰ সময়তে শোণিতপুৰ জিলাৰ মোৱামাৰীৰ কলিতা চুবুৰিৰ এটা খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়াল হিন্দু ধৰ্মলৈ পুনৰ

জোনালী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য, কেনেকৈ হাছানুৰ আৰু আজিবুৰে হত্যা কৰিছিল জোনালীক?

জোনালী হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য, কেনেকৈ হাছানুৰ আৰু আজিবুৰে হত্যা কৰিছিল জোনালীক?

বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে (Jonali Nath Murder Case)। এক নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্যত প্ৰকাশ পাইছে চাঞ্চল্যকৰ খবৰ৷ ১১ জুনত পৰিকল্পিতভাৱে হত্যা কৰা বিজেপি নেত্ৰী জোনালী নাথক। ক’ত আৰু কেনেদৰে হত্যা কৰা হৈছিল জোনালী নাথক? অতি নৃশংসভাৱে হত্যা কৰা হৈছিল জোনালী নাথক। প্ৰথমে ঘোচা, তাৰ পিছত ডিঙি

নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ত “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ত “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–নগাঁও  জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সোমবাৰে “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” বিষয়ত এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটিৰ আৰম্ভণিতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি ড° দিলীপ শৰ্মাই

নগাঁৱৰ বঢ়মপুৰত ‘৪২ৰ শ্বহীদ লক্ষী হাজৰিকাৰ ১১৬ সংখ্যক জন্ম দিৱস উদ্‌যাপনৰ প্ৰস্তুতি

নগাঁৱৰ বঢ়মপুৰত ‘৪২ৰ শ্বহীদ লক্ষী হাজৰিকাৰ ১১৬ সংখ্যক জন্ম দিৱস উদ্‌যাপনৰ প্ৰস্তুতি

নিউজ ব্যুৰ’,নগাঁও,২৮জুন:–নগাঁও জিলাৰ মুক্তিযুৃঁজাৰু ভৱনত অহা ৭ জুলাইত দিনযোৰা কাৰ্য্যসূচীৰে উদ্‌যাপিত হ’ব ‘৪২ৰ অমৰ শ্বহীদ লক্ষী হাজৰিকাৰ ১১৬ সংখ্যক জন্ম দিৱস ৷ শ্বহীদ গৰাকীৰ জেষ্ঠপুত্ৰ তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ বৰ্তমানৰ সভাপতি যতীন্দ্ৰনাথ হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ব্যৱস্থাপনাত তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানৰ