পুনৰ উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে ৷ ৰহাত দুৰ্নীতি নিবাৰকৰ জালত লাট মণ্ডল দিলীপ ৰয়
Month: June 2023
শনি গ্ৰহক লৈ বহুতৰে ভয়। শাস্ত্ৰমতে, শনিৰ ৰোষত পৰিলে জীৱনত ঋণাত্মক প্ৰভাৱ পৰে। আনহাতে শনি দেৱতা সন্তুষ্ট হ’লে জীৱনত সাফলতা লাভ কৰাটো সহজ হৈ পৰে৷ কিছুমান সামগ্ৰী শনিবাৰে ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়৷ সেই সামগ্ৰীসমূহৰ ভিতৰত আছে : শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে। যদি লোহাৰ ব্যৱসায় কৰে,
আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ ২০২৩ উদযাপনৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ৮ আৰু ৯ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে মিলেট জাতীয় খাদ্যৰ গুণগত মান সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰা হয় ৷ এপাৰ্ট’ৰ ক্ষমতা প্ৰকল্পৰ উদ্যোগত তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) সহযোগত গোসাঁইগাঁও কমলনাথ ক্লাৱ কাম লাইব্ৰেৰীৰ সভাগৃহত অনুষ্ঠিত কৰ্মশালাত আজি
বৰ্তমান সময়ত মানুহ সুস্থ হৈ থাকিবলৈ প্ৰয়োজন শৰীৰ চৰ্চাৰ । শৰীৰ সুস্থ থাকিবলৈ মানুহক শৰীৰৰ চৰ্চাৰ প্ৰয়োজনীয়তা সৰ্বাধিক । সেই উদ্দেশ্যেকে সাৰোগত কৰি আজি নিজৰ জন্ম দিনটোতে নাজিৰা নগৰত G-FIT(জি ফিট) নামৰ এটি শৰীৰ চৰ্চাৰ কেন্দ্ৰ মুকলি কৰে মিষ্টাৰ অসম খ্যাত ৰাহুল হাজৰিকাই। উক্ত শৰীৰৰ চৰ্চা কেন্দ্ৰটো শুভ উদ্বোধন কৰে
আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব কংগ্রেছে । কিন্তু সেই মিত্ৰশক্তিত নেথাকিব AIUDF দল। AIUDF ৰ সৈতে এক হৈ নিৰ্বাচন নেখেলে কংগ্রেছে। এই কথা আজি মৰিগাঁওত স্পষ্ট কৰিলে বিৰুদ্ধে দলপতি দেবব্রত শইকীয়াই। কাৰন AIUDF য়ে সময়ে সময়ে বিজেপিক প্ৰশংসা কৰি ভুৱা প্ৰচাৰ চলাই থাকে। মৰিগাঁও পৰা মনোৰঞ্জন